Wednesday, 31 December 2025

অন্যযুগ, জানুৱাৰি ২০২৬


উপদেষ্টা
˚  পোনা মহন্ত
ডা˚ ধ্ৰুৱজ্যোতি বৰা

সম্পাদক
মৃদুল শৰ্মা (অবৈতনিক )

কাৰ্যবাহী সম্পাদক
ৰঞ্জুমণি মহন্ত (অবৈতনিক)

কলা  সম্পাদক
˚   সঞ্জীৱ বৰা

বিভাগীয় পৰামৰ্শদাতা
আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক)
সিদ্ধাৰ্থ শংকৰ কলিতা

প্ৰকাশক
অচিন্ত্য কুমাৰ মহন্ত

প্ৰকাশন সহযোগী
দেৱজিৎ ভঁৰালী

প্ৰচ্ছদ
˚   সঞ্জীৱ বৰা

ৱেব্‌সজ্জা 
দেৱভূষণ (অবৈতনিক )
কাকুল (অবৈতনিক)


সূচীপত্ৰ
(লেখাসমূহৰ শিৰোনামত ক্লিক্ কৰি পঢ়িব পাৰিব)

সম্পাদকীয়

মায়ং : ঐতিহ্য, ঐতিহ্যবোধ আৰু ভৱিষ্যত

মুক্ত বীক্ষণ
বিস্মৃত চহৰৰ সংলাপ 
প্ৰবন্ধ
অজয় লিম্বু

° অমৃত গোস্বামী

 ড° অনিল চন্দ্ৰ বৰা

গল্পচৰ্চা
প্ৰশান্ত কুমাৰ দাসৰ গল্প 
গল্প

ৰত্না ভৰালী তালুকদাৰ

নীলোৎপল বৰুৱা

 মুনমী দত্ত হাজৰিকা

 যশোৱন্ত নিপুণ
উপন্যাস

পানীহিলৈ

কবিতা
অনুবাদ
ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ
ব্যক্তিগত ৰচনা

মাক-কথা : Unfolded Stories of a Mother 

আত্মজীৱনী

ৰ'দে-বৰষুণে ইমান যে গান  

ভ্ৰমণ

উত্তৰাখণ্ডত উত্তৰ বিচাৰি

চিনেমা

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৮

মুকলি মঞ্চ

বিজেপি, অৰ্ণৱ গোস্বামী‌ আৰু ধৈৰ্যৰ বান্ধ
মূল্যবোধৰ বিষয়ে দুআষাৰ
অসমীয়া বনাম ইংৰাজী মাধ্যমৰ বিদ্যালয়  

নৱবৰ্ষ কেৱল এখন নতুন কেলেণ্ডাৰেই  নহয়, আমাৰ নতুন চিন্তা-চেতনাৰো বাহক  

শিশু-কিশোৰৰ চ’ৰা

ভীমৰ কীচক বধ আৰু স্বৰ্গযাত্রা

চিৰচেনেহী মোৰ ভাষা জননী 

কেৰিয়াৰ

ম’ক্‌ টেষ্ট  আৰু ইয়াৰ গুৰুত্ব  

কাৰ্টুন

অঁ, সময়ত




অন্যযুগৰ লেখক-লেখিকাসকললৈ‍
১) লেখাৰ লগত নিজৰ নাম ডাক ঠিকনাইমেইল ঠিকনাফেইচ্‌বুক বা টুইটাৰ একাউণ্টৰ লিংক দিব
২) আন কাকত-আলোচনীলৈ পঠোৱা লেখা  'অন্যযুগ'লৈ নপঠাব
৩)  'অন্যযুগ'লৈ পঠোৱা লেখা তিনিমাহলৈ আন কাকত-আলোচনীলৈ নপঠাব
৪) ব্যক্তিগতভাৱে লেখকসকলক লেখা প্ৰকাশ কৰাৰ নিশ্চয়তা আগতীয়াকৈ জনোৱাটো সম্ভৱ নহয়
৫)  যিকোনো মাধ্যমত ইতিপূৰ্বে প্ৰকাশিত (ফেইচবুকেই হওক অথবা ছপা মাধ্যমতেই হওক) লেখা অন্যযুগত প্ৰকাশ কৰা নহয়৷ সম্পাদনাকক্ষই নিৰ্বাচন কৰা লেখাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব৷
৬) ব্যক্তিগত ই-মেইল আৰু হোৱাটছ্এপৰ জৰিয়তে প্ৰেৰণ কৰা লেখা প্ৰকাশ কৰা নহ’ব ৷ 
৭) আপোনালোকৰ সন্তানক লিখিবলৈ উৎসাহিত কৰক আৰু তেওঁলোকৰ লেখা  'অন্যযুগ'লৈ পঠাওক

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ