Wednesday 31 March 2021

অন্যযুগ, এপ্ৰিল, ২০২১

অন্যযুগ/ এপ্ৰিল, ২০২১


উপদেষ্টামণ্ডলী
হোমেন বৰগোহাঞি‍
˚ পোনা মহন্ত
ডা˚ ধ্ৰুৱজ্যোতি বৰা

সম্পাদক
মৃদুল শৰ্মা (অবৈতনিক)

কাৰ্যবাহী সম্পাদক
ৰঞ্জুমণি মহন্ত (অবৈতনিক)

কলা সম্পাদক
˚ সঞ্জীৱ বৰা

বিভাগীয় পৰামৰ্শদাতা
আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক)
সিদ্ধাৰ্থ শংকৰ কলিতা

ব্যৱস্থাপক
অচিন্ত্য কুমাৰ মহন্ত

ব্যৱস্থাপনা সহযোগী
পংকজ কলিতা
দেৱজিৎ ভঁৰালী

প্ৰচ্ছদ
˚ সঞ্জীৱ বৰা

আৰ্হিপাঠৱেব্‌সজ্জা আৰু এণ্ড্ৰইড এপ্
দেৱভূষণ (অবৈতনিক)


সূচীপত্ৰ
(লেখাসমূহৰ শিৰোনামত ক্লিক্ কৰি পঢ়িব পাৰিব)

সাক্ষাৎকাৰ
ডাঃ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ সৈতে মুখামুখি‍
প্ৰবন্ধ
ন'বেল বঁটা বিজয়ী কবি উইলিয়াম বাটলাৰ য়েট্‌ছ
গ্ৰন্থ আলোচনা
অংকুৰণ আৰ্ফৰ ‘সোণৰ হৰিণ নাথাকে জানকী’: এক সম্পৰীক্ষা
জুৰি বৰা  বৰগোহাঞিৰ উপন্যাস ‘সিহঁত’ : এজন পাঠকৰ দৃষ্টিৰে এক চমু অৱলোকন
কবিতা
মোৰ ছাঁ
চুবুৰীয়া মহিলা
চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম
নিষ্প্ৰাণ শব্দবোৰ
পৰকাল
কিয় সোঁৱৰণি এপাহ গোলাপ
বহেমিয়ান পদ্য
উৎসৱৰ পাছত
লেণ্ডস্কেপ
যেতিয়া কথাবোৰ শেষ হ'ব!
হাত
ঈশ্বৰ কোন
আগন্তুক
বিৰুবালাৰ কথাৰে
শিশু-কিশোৰৰ চ’ৰা

সেউজপুৰৰ সাধু (শিশু ধাৰাবাহিক)
গল্প
উপন্যাসিকা
 হৈমন্তীৰ আধৰুৱা টোকা আৰু এটি ৰক্তাক্ত পুৱা
উপন্যাস
চ্যালুইনৰ পৰা লুইতলৈ‍
অনুবাদ-শিল্প
দেৱতাৰ জন্ম
মূল (বাংলা) :  শিৱৰাম চক্রৱর্তী


অনুবাদ : বাসুদেব দাস
আটাইতকৈ শোকভৰা কবিতা 
মূল: পাবলো নেৰুদা


ভাৱানুবাদ : যশোৱন্ত নিপুণ
আত্মকথা
নিয়মীয়া শিতান
পাঠাগাৰ
মুকলি মঞ্চ
শদিয়া নামটোৰ ইতিহাস
মহিলাসকলৰ দৈনন্দিন জীৱনৰ  সংঘৰ্ষ

অন্যযুগৰ লেখক-লেখিকাসকললৈ‍
১) লেখাৰ লগত নিজৰ নামডাক ঠিকনাইমেইল ঠিকনাফেইচ্‌বুক বা টুইটাৰ একাউণ্টৰ লিংক দিব
২) আন কাকত-আলোচনীলৈ পঠোৱা লেখা 'অন্যযুগ'লৈ নপঠাব
৩) 'অন্যযুগ'লৈ পঠোৱা লেখা তিনিমাহলৈ আন কাকত-আলোচনীলৈ নপঠাব
৪) ব্যক্তিগতভাৱে লেখকসকলক লেখা প্ৰকাশ কৰাৰ নিশ্চয়তা আগতীয়াকৈ জনোৱাটো সম্ভৱ নহয়
৫)  যিকোনো মাধ্যমত ইতিপূৰ্বে প্ৰকাশিত (ফেইচবুকেই হওক অথবা ছপা মাধ্যমতেই হওক) লেখা অন্যযুগত প্ৰকাশ কৰা নহয়৷ সম্পাদনাকক্ষই নিৰ্বাচন কৰা লেখাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব৷
৬) আপোনালোকৰ সন্তানক লিখিবলৈ উৎসাহিত কৰক আৰু তেওঁলোকৰ লেখা 'অন্যযুগ'লৈ পঠাওক


ঘোষণা

অন্যযুগ পক্ষৰ পৰা ২০২০ চনৰ পৰা প্ৰৱৰ্তন কৰিবলৈ মনস্থ কৰা অন্যযুগ সাহিত্য সন্মান  কৰ’না মহামাৰীয়ে সৃষ্টি কৰা আতঙ্কময় পৰিস্থিতিৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পৰিস্থিতি ক্ৰমে ক্ৰমে স্বাভাৱিক অৱস্থালৈ অহাত পূৰ্বৰ বষৰ্ৰ লগতে চলিত বৰ্ষৰ বাবেও এই সন্মানৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে।


প্ৰতিষ্ঠা বৰ্ষৰ (২০২০) বাবে এই সন্মান আগ বঢ়োৱা হৈছে প্ৰথিতযশা কবি, সমালোচক, অনুবাদক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক এম. কামালুদ্দিন আহমেদলৈ।

এম কামালুদ্দিন আহমেদৰ জন্ম  ১৯৬৬ চনত। তেওঁৰ প্ৰকাশিত কবিতা সংকলন ক্ৰমে দুচকুত গছৰ ভৰ বাৰিষা, ধোঁৱাৰ মাজৰ চৰাইটো, বৰষুণ : ৰোমাণ্টিক আৰু এণ্টি-ৰোমাণ্টিক, শুক্ৰেশ্বৰত ফুল কিনোতে, পানীৰ মাজেৰে আৰু দৃশ্যান্তৰ। সমালোচনা গ্ৰন্থ ক্ৰমে আধুনিক অসমীয়া কবিতা, ৰমন্যাসবাদ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা আৰু সাহিত্যৰ অভিব্যক্তি। তেওঁৰ দ্বাৰা অনূদিত গ্ৰন্থ হৈছে দ্বৈপায়ন হ্ৰদৰ পাৰ (মূলঃ বাংলা কবিতা সুবোধ সৰকাৰ)।

অধ্যাপক আহমেদদেৱলৈ অন্যযুগ পৰিয়ালৰ হৈ আন্তৰিক ওলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।

 

দ্বিতীয় বৰ্ষৰ (২০২১) বাবে এই সন্মান আগ বঢ়োৱা হৈছে প্ৰখ্যাত গল্পকাৰ শিৱানন্দ কাকতিলৈ।

শিৱানন্দ কাকতিদেৱৰ জন্ম ১৯৫৮ চনত, নগাঁৱত। তোখেতৰ প্ৰকাশিত গল্পগ্ৰন্থ হৈছে ক্ৰমে আমৃত্যু অমৃত, গাগিনী পানী তোৰ কিমান, বৰদৈচিলা, প্ৰথমজন দেশপ্ৰেমিক, জলছবিত শেষ সাঁজ, অম্লবৃষ্টি, বৰণীয়া আলিবাট আৰু আলিবাটত। তেখেতৰ দ্বাৰা ৰচিত নাটকৰ সংকলন কেন্দ্ৰবিহীন বৃত্ত আৰু অন্যান্য নাটক। তদুপিৰ তেখেতে স্বৰাজোত্তৰ নগাঁও নিবন্ধমালা  আৰু সৰ্বগুণাকৰ নামৰ দুখন গ্ৰন্থ সম্পাদনা কৰিছে।

 তেখেত ভাৰতীয় ষ্টেট বেঙ্কৰ অৱসৰপ্ৰাপ্ত বিষয়া।


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ