উপদেষ্টামণ্ডলী ড˚ পোনা মহন্ত ডা˚ ধ্ৰুৱজ্যোতি বৰা সম্পাদক মৃদুল শৰ্মা কাৰ্যবাহী সম্পাদক ৰঞ্জুমণি মহন্ত (অবৈতনিক) কলা সম্পাদক ড˚ সঞ্জীৱ বৰাবিভাগীয় পৰামৰ্শদাতা আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক) সিদ্ধাৰ্থ শংকৰ কলিতা ব্যৱস্থাপক অচিন্ত্য কুমাৰ মহন্ত ব্যৱস্থাপনা সহযোগী পংকজ কলিতা দেৱজিৎ ভঁৰালী প্ৰচ্ছদ ড˚ সঞ্জীৱ বৰা আৰ্হিপাঠ, ৱেব্সজ্জা আৰু এণ্ড্ৰইড এপ্ দেৱভূষণ (অবৈতনিক) |
সূচীপত্ৰ
(লেখাসমূহৰ শিৰোনামত ক্লিক্ কৰি পঢ়িব পাৰিব)
(লেখাসমূহৰ শিৰোনামত ক্লিক্ কৰি পঢ়িব পাৰিব)
প্ৰবন্ধ |
---|
মুক্ত বীক্ষণ কোন দিশে গণতন্ত্ৰ? | |
চিন্তন পশুপালকৰ উপাখ্যান |
বিজ্ঞান বিষয়ক |
---|
পৰমানন্দ মহন্ত | |
বিজ্ঞানে মৃত্যুক ৰুধিব পাৰিবনে? |
ভাষা-সাহিত্য বিষয়ক |
---|
উৎকৃষ্ট গদ্যৰ সন্ধানত | |
প্ৰসংগ : অনুবাদৰ সমস্যা আৰু সম্ভাৱনা | |
অৰ্থনীতি বিষয়ক |
---|
অসমত ৰেচম পৰ্যটন: এক সম্ভাৱনা |
গ্ৰন্থ-আলোচনা |
---|
চাৰ্লোট ব্ৰণ্টিৰ ‘জেন আয়াৰ’ : মূল্যবোধৰ অৱক্ষয়, সংঘাত আৰু পুনৰ্নিৰ্মাণ | |
উত্তৰণৰে জীৱনক মহীয়ান কৰা মানুহৰ কাহিনীৰে উপন্যাস ‘বকুল ফুলৰ দৰে’ |
আত্মকথা |
---|
উলাহেৰে উভতি চাওঁ—১৮ |
অব্যাহৃত |
---|
শিশুসাহিত্যিক ইন্দ্ৰকান্ত কাৰ্কীদেৱলৈ শ্ৰদ্ধাঞ্জলি |
কবিতা |
---|
গুণগুণনিৰ সুমথিৰাটো | |
অকথ্য | |
নিজে এটা গাহৰি হৈ ঘূৰি আহিছিলোঁ | |
দেও | |
শাওণৰ শিৱ | |
জীৱনৰ দ্বিঘাত সমীকৰণ | |
সুখ জলকুঁৱৰী হ'ল | |
অতিসাম্প্ৰতিক | |
সেই দীঘল দিনবোৰত | |
এটি প্ৰেমৰ কবিতা | |
বাইচাইকেল |
গল্প |
---|
নীলোৎপল বৰুৱা | |
অনুবাদ |
---|
ছন্দৰীতি (কবিতা) মূল (বাংলা): মহাদেৱ সাহা |
জীৱন বিচিত্ৰা আউলী বাউলী এগৰাকী বোৱাৰী, বুঢ়া ডাঙৰীয়া ইত্যাদি |
মুকলি মঞ্চ |
---|
আপোনাৰ বন্ধুজন যেতিয়া কিতাপ হয় |
কেৰিয়াৰ |
---|
বায়’টেকন’ল’জি |
উপন্যাস |
---|
বছা বকুল | |
চ্যালুইনৰ পৰা লুইতলৈ |
শিশু-কিশোৰৰ চ’ৰা |
---|
এই দিশে পোহৰ | |
যাত্ৰা (শিশু-গল্প) | |
টিটিৰ শামুকীয়া গতি (শিশু-গল্প) | |
মাত-কথা (শিশু-কবিতা) | |
অকণিয়ে অঁকা ছবি |
শিল্পকলা |
---|
আলোকচিত্ৰ |
অন্যযুগৰ লেখক-লেখিকাসকললৈ
১) লেখাৰ লগত নিজৰ নাম, ডাক ঠিকনা, ইমেইল ঠিকনা, ফেইচ্বুক বা টুইটাৰ একাউণ্টৰ লিংক দিব।
২) আন কাকত-আলোচনীলৈ পঠোৱা লেখা 'অন্যযুগ'লৈ নপঠাব।
৩) 'অন্যযুগ'লৈ পঠোৱা লেখা তিনিমাহলৈ আন কাকত-আলোচনীলৈ নপঠাব।
৪) ব্যক্তিগতভাৱে লেখকসকলক লেখা প্ৰকাশ কৰাৰ নিশ্চয়তা আগতীয়াকৈ জনোৱাটো সম্ভৱ নহয়।
৫) যিকোনো মাধ্যমত ইতিপূৰ্বে প্ৰকাশিত (ফেইচবুকেই হওক অথবা ছপা মাধ্যমতেই হওক) লেখা অন্যযুগত প্ৰকাশ কৰা নহয়৷ সম্পাদনাকক্ষই নিৰ্বাচন কৰা লেখাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব৷
৬) আপোনালোকৰ সন্তানক লিখিবলৈ উৎসাহিত কৰক আৰু তেওঁলোকৰ লেখা 'অন্যযুগ'লৈ পঠাওক।