অন্যযুগ/


স্কেচ্ছ্

হৰেকৃষ্ণ ডেকা

পশ্চিমৰ আকাশত ঘৰমুৱা জোন। 
তৃপ্ত। ভাগৰুৱা।
ওৰে ৰাতি জোনৰ স’তে খেলা কৰি 
পৃথিৱীয়ে কাটি হৈ শুব খুজিছিল।
পূবৰ খিৰিকীৰে হেঁপাহেৰে বেলিয়ে চাইছিলহে—
হুৰমূৰাই মানুহৰ কোঢ়ালবোৰ সোমাই আহিল।
শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ