জ্যোতিশিখা দত্ত
আমাৰ সৌৰজগতখনৰ
আছে এটাই নক্ষত্ৰ
যাৰ নাম সূৰ্য
ভাস্কৰ, ৰবি, আদিত্য
সূৰ্যৰ চাৰিও ফালে
আঠটি গ্ৰহই
কৰি থাকে প্ৰদক্ষিণ
পৃথিৱীৰ সূৰ্যক প্ৰদক্ষিণ
কৰিবলৈ
লাগে ৩৬৫ দিন ৷
সূৰ্যৰ পোহৰ পৃথিৱী
পাবলৈ
৮ মিনিট ১৯ ছেকেণ্ড
লাগে
পৃথিৱীখন জীয়াই ৰাখিবলৈ
সূৰ্যৰ পোহৰ জানো
নালাগে?
দিন ৰাতি ঋতু পৰিৱৰ্তনত
সূৰ্যৰ ভূমিকা আছে
সূৰ্যৰ ওপৰত নানা
গৱেষণা
বিজ্ঞানীয়ে কৰিছে ৷
আমাৰ দেশেও সূৰ্যক
জানিবলৈ
অভিযান আৰম্ভ কৰিছে
“সূৰ্যযান” নামেৰে নামাকৰণ কৰি
আদিত্য এল ৱান উৎক্ষেপণ
কৰোৱাইছে ৷
“সূৰ্যযান”ৰ দ্বাৰা আৰম্ভ
কৰা
গৱেষণাৰ কামবোৰ
সফলতাৰে সমাপন হওক
সেয়ে কামনা মোৰ ৷
ঠিকনা :
জালুকবাৰী
ফোন : ৭০০২১২০০২১
Emai৷:
jyotisikhadatta@gauhati.ac.in