অন্যযুগ/


মন্দিৰৰ ঘণ্টা (হাইকু)

মূল :  য়োচা বুছন (Yosa Buson) 

ভাবানুবাদ : প্ৰশান্ত  মিশ্ৰ

 

এহেজাৰ কেজি ওজনৰ মন্দিৰৰ এটা ঘণ্টাত

এজনী পখিলা আহি পৰিলেহি

আৰু নিঃশব্দে টোপনি গ'ল।

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ