অন্যযুগ/


ৰাবীন্দ্ৰিক

 প্ৰয়াগ শ‌ইকীয়া


 

জীৱন নহয় সৰলৰৈখিক ভালপোৱাটো বিষয় নহয় ঐচ্ছিক

ভালপোৱাটো সদায় ঐশ্বৰিক

আহাঁ হ‌ওঁ অলপ ৰাবীন্দ্ৰিক

প্ৰেম পাইছা যদি ভাবিবা ই তপস্যাৰ ৰতন

ইয়াক ধৰি ৰাখিবলৈ কৰিবা যতন

প্ৰেম অৰ্পণ সদায় হৈ থাকে যেন বিতোপন।

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ