অন্যযুগ/


কবিতা

চিন্ময়


১. নিমগ্নতা

পোহৰ পৰি থকা পুখুৰীটোত 

ভেকুলীৰ টোৰটোৰণি 

এডাল সৰল ৰেখাই মোক

তলিলৈ নি আছে


২. ঢৌ

হালি পৰা বাঁহজোপাত কেইটিমান চৰাই

ঢৌ উঠি আছে

ৰঙা মাটিৰ তলত

...

ফোন : ৯৪৩৫৯০৩৫৪৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ