অন্যযুগ/


দিনলিপি

 কাব্যশ্ৰী বৰুৱা

 

 

জকাইচুকীয়া দুপৰীয়া

পকা মাটিচপৰাৰ ধাৰাল জিভা

খোজেপতি ফালে ভৰি

আবেলি এটা নষ্ট কৰি

মানুহবোৰে খেদি খেদি

শেষ কৰে দিন এটি৷  


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ