অন্যযুগ/


তৰল

নিবেদন দাস পাটোৱাৰী


বাৰে বাৰে

কিয় তুমি বৰষুণ হোৱাঁ

অইনৰ মলি মচিবলৈ

কেতিয়াবাতো ঘৰৰ দমকলটোৰ

এগিলাছ পানী হোৱাঁ

মোৰ কণ্ঠ তিয়াবলৈ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ