অংকুৰণ আৰ্ফ
কাহিলিপুৱাতে নিয়ৰবোৰে হাঁহি আছিল
ঠিক মনালিছাৰ দৰে
কুঁৱলীৰ আঁৰত কঁপি আছিল
নুবুজা কবিতা
শুভ্ৰকেশী কঁহুৱাবোৰে ঢ়ৌ তুলিছিল
ঠিক সমুদ্ৰৰ দৰে
সূৰ্যই সিঁচি দিওঁতে হেঙুল-হাইতাল
মনালিছা হৈ পৰিছিল
তেজোজ্বল তেজীমলা।
অন্যযুগ/
অংকুৰণ আৰ্ফ
কাহিলিপুৱাতে নিয়ৰবোৰে হাঁহি আছিল
ঠিক মনালিছাৰ দৰে
কুঁৱলীৰ আঁৰত কঁপি আছিল
নুবুজা কবিতা
শুভ্ৰকেশী কঁহুৱাবোৰে ঢ়ৌ তুলিছিল
ঠিক সমুদ্ৰৰ দৰে
সূৰ্যই সিঁচি দিওঁতে হেঙুল-হাইতাল
মনালিছা হৈ পৰিছিল
তেজোজ্বল তেজীমলা।

উপদেষ্টা : ড০ পোনা মহন্ত, ড০ ধ্ৰুৱজ্যোতি বৰা
Advisors : Dr. Pona Mahanta, Dr. Dhrubajyoti Bora
সম্পাদক : মৃদুল শৰ্মা (অবৈতনিক)
Editor : Mridul Sarma (Honorary)
কাৰ্যবাহী সম্পাদক : ৰঞ্জুমণি মহন্ত (অবৈতনিক)
Executive Editor : Ranjumoni Mahanta (Honorary)
কলা সম্পাদক : ড০ সঞ্জীৱ বৰা (অবৈতনিক)
Art Editor : Dr. Sanjib Bora (Honorary)
বিভাগীয় সম্পাদক : আকাশদীপ্ত ঠাকুৰ (অবৈতনিক), সিদ্ধাৰ্থ শংকৰ কলিতা
Section Editor : Akash D. Thakur (Honorary), Siddhartha S. Kalita
প্ৰকাশক : অচিন্ত্য কুমাৰ মহন্ত
Publisher : Achintya Kr. Mahanta
প্ৰকাশন সহযোগী : দেৱজিৎ ভৰালী
Publication Associate : Debajit Bharali
অন্যযুগ
তৰাজান, পুৰণি গায়ন গাঁও পথ
নায়াৰা পেট্ৰল পাম্পৰ সমীপত
যোৰহাট, ৭৮৫০০১ (অসম)
ই-মেইল : anyayug@gmail.com
ফোন নম্বৰ : ৬০০১৯০৯২৩৯