অন্যযুগ/


পঢ়ুৱৈৰ মতামত


অন্যযুগ’-ৰ আগষ্ট সংখ্যাত সঞ্জীৱ সভাপণ্ডিতদেৱৰ লিখাটিৰ সৈতে আমি আৰু এটি কথা যোগ দিব খুজোঁ  যে বৰ্তমান অসমৰ নতুন প্রজন্মই কম দিনতে ধনী হোৱাৰ বাবে চেষ্টা নকৰি পৰিশ্ৰম কৰি উন্নতি কৰিবলৈ চেষ্টা কৰিব লাগে। নিজকে নিবনুৱা বুলি গণ্য নকৰি হকে-বিহকে আন্দোলনৰ পন্থা নলৈ সময়বোৰ উৎপাদনমুখী কামত ব্যৱহাৰ কৰি নিজৰ লগতে দেশৰ, জাতি, উন্নয়নৰ চিন্তা কৰিব লাগে।

দিগন্ত বৰবৰা
তেলগৰম, ডাক: কানাইঘাট
গোলাঘাট, অসম
পিন: ৭৮৫৬৯৯


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ