মুনমুন সৰকাৰ শইকীয়া
বোন্দাপৰ দিয়া ৰাতিটো
হাঁহি-কান্দি কান্দি-হাঁহি সি
কৈ আছে আৰু কৈ গৈছে
তাৰ ক’লা
বৰণৰ
আঁৰৰ কাহিনী।
তাৰ কাহিনীত বুৰ গৈ
ময়ো ৰাতিৰ বৰণ লৈছোঁ;
মোৰ দাঁত আৰু
ময়ো ৰাতিৰ বৰণ লৈছোঁ;
মোৰ দাঁত আৰু
হাতৰ
ভৰিৰ
নখকেইটাৰ বাহিৰে
মোৰ সৰ্বত্ৰ এতিয়া ৰাতিৰ ৰঙৰ
আধিপত্য।
ভৰিৰ
নখকেইটাৰ বাহিৰে
মোৰ সৰ্বত্ৰ এতিয়া ৰাতিৰ ৰঙৰ
আধিপত্য।
মোৰো ক’বলগীয়া
আছিল—
এন্ধাৰৰ আঁৰৰ কাহিনী।
ক’ব নোৱাৰিলোঁ,
মই এটা ৰাতি হ’ব নোৱাৰিলোঁ।
এন্ধাৰৰ আঁৰৰ কাহিনী।
ক’ব নোৱাৰিলোঁ,
মই এটা ৰাতি হ’ব নোৱাৰিলোঁ।
মাগুৰ বৰণীয়া জঁকাটো লৈ
মই বাৰু
কি ক’ম
মই বাৰু
কি ক’ম
কোনে শুনিব
শুনিব কোনে
শুনিব কোনে
ঠিকনা
:
মিছামৰা, গোলাঘাট৷